Exploring মিউচুৱেল ফাণ্ড ইনভেষ্টিং

By Parag's FinDemy

Free

ABOUT THE PAGE


💡 এই ই-বুকখনত আপুনি কি কি শিকিব?

  • ১. Mutual Fund ৰ মৌলিক জ্ঞান: মিউচুৱেল ফাণ্ডে কেনেকৈ কাম কৰে আৰু ইয়াত নিৱেশ কৰাৰ লাভালাভ।

  • ২. SIP vs Lumpsum: কোনটো পদ্ধতি আপোনাৰ বিত্তীয় লক্ষ্যৰ বাবে শ্ৰেষ্ঠ?

  • ৩. 💡 Smart Fund Selection: হাজাৰ হাজাৰ ফাণ্ডৰ মাজৰ পৰা সঠিক আৰু অধিক ৰিটাৰ্ন দিয়া ফাণ্ড কেনেকৈ বাছনি কৰিব?

  • ৪. ⚖️ Risk Management: কম বিপদেৰে (Risk) কেনেকৈ অধিক লাভ অর্জন কৰিব পাৰি?

  • ৫. 📈 Portfolio Building & Asset Allocation: দীৰ্ঘম্যাদী ধনী হোৱাৰ বাবে এটা শক্তিশালী পৰ্টফলিঅ' কেনেকৈ সাজিব।

  • ৬. 🧾 Mutual Fund & Tax: নিৱেশৰ লাভৰ ওপৰত দিবলগীয়া কৰ (Tax) কেনেকৈ কম কৰিব বা ৰেহাই পাব।

  • ৭. 🚀 compounding power: সময়ৰ লগে লগে চক্ৰবৃদ্ধি সুতৰ শক্তিয়ে কেনেকৈ ১ কোটি টকাৰ ফাণ্ড গঢ়ি তুলিব পাৰে!

🎯 কাৰ বাবে এই ই-বুকখন?

✅ চাকৰিয়াল / ব্যৱসায়ী: যিসকলে মাহেকীয়া উপাৰ্জনৰ পৰা SIP ৰ জৰিয়তে এক বৃহৎ জমা ধন বনাৱ বিচাৰে।

✅ নতুন নিৱেশক (Beginners): যিসকলে কোনো জটিলতা নোহোৱাকৈ নিৱেশৰ প্ৰথম খোজ পেলাব বিচাৰে।

✅ শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্ম: যিসকলে কম বয়সৰে পৰা বিত্তীয় অনুশাসন (Financial Discipline) গঢ়িব বিচাৰে।

🔥 আজিই ডাউনলোড কৰক আৰু নিজৰ সম্পদ গঢ়াৰ যাত্ৰা আৰম্ভ কৰক!

CONTACT ME FOR ANY ISSUES OR QUERIES
paragsfindemy@gmail.com
Invite your network